VidRise makes YouTube stand out on social feeds!

About Video - NRCৰ চূড়ান্ত তালিকাত নাম সন্নিৱিষ্ট নোহোৱা ভাৰতীয়ৰ হৈ কিয় বিনামূলীয়া আইনী যুজঁ দিব বিজেপি নেতায়? সম্প্ৰতি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী লৈ বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক দল-সংগঠনে অসন্তুষ্টি প্ৰকাশ কৰাৰ মাজতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় আৰু 'D' ভোটাৰৰ নামত হাৰাশাস্তি খোৱা প্ৰকৃত ভাৰতীয় নাগৰিকৰ হৈ মহামান্য উচ্চ ন্যায়ালয়ত বিনামূলীয়াকৈ যুজঁ দিব বিশিষ্ট উপন্যাসিক,লেখক, আইনজীৱি তথা বিজেপি দলৰ টিকট প্ৰত্যাশী শ্বহীদুল ইছলামে।